প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ চীনত ড্ৰোণ শ্ব’ৰ আয়োজন কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
২০২৫ চনৰ ১ ছেপ্টেম্বৰত চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা ২৫ সংখ্যক চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০২৫ চনৰ ৩০ আগষ্টত মোদী টিয়ানজিনত উপস্থিত হৈছিল আৰু ৭ বছৰৰ ভিতৰত এয়া তেওঁৰ প্ৰথম চীন ভ্ৰমণ। এই পটভূমিত ড্ৰোণেৰে এগৰাকী নৃত্যশিল্পী আৰু পিএম মোদীৰ মুখৰ লগতে “MODI WELCOME TO CHINA” শব্দকেইটা গঠন কৰা এখন ফটো […]
Continue Reading