হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো সম্পাদনা কৰি ভুল বাৰ্তা প্ৰচাৰ।
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কন্যাৰ মিঞা যুৱকৰ সৈতে সম্পৰ্ক আছে আৰু তেওঁ মুম্বাইত সেই যুৱকৰ সৈতে লিভ-ইন ৰিলেশ্বনশ্বিপত আছে। ফটোখনত আমি দেখা পাওঁ মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু তেওঁৰ কন্যাৰ সৈতে এগৰাকী ইছলামধৰ্মী টুপি পৰিহিত যুৱক। Facebook Link Archived Link Facebook […]
Continue Reading
