আমেৰিকাৰ পুৰণি ভিডিঅ’ কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

কৃষকৰ আন্দোলন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু পোষ্ট ভাইৰেল হৈ আছে। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীসকলে মোডী চৰকাৰক লক্ষ্য কৰি লৈছে। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত ট্ৰেক্টৰৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ পুতলা বান্ধি দিয়া হৈছে আৰু তাৰ লগত চেন্দেলৰ মালা সংলগ্ন কৰা হৈছে যাৰ লগতে লিখা আছে ‘এজেণ্ট অৱ আৰ এছ এছ’। এই ভিডিঅ’টো বৰ্তমানৰ কৃষক […]

Continue Reading

এই ভিডিঅ’টো কৃষক আন্দোলনৰ নহয়।

অলপতে আমাৰ হোৱাটছ‌এপ নম্বৰলৈ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। অসংখ্য লোকৰ ভিৰ দেখা যোৱা এই ভিডিঅ’টো ফ’ৰৱাৰ্ড কৰি সেয়া কৃষক আন্দোলনৰ দৃশ্য হয় নেকি বুলি প্ৰশ্ন কৰা হৈছিল। Archived Link একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”অন্নদাতা আজি ৰাজপথত”। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading

পঞ্জাৱৰ এখন মেলাৰ ভিডিঅ’ কৃষক আন্দোলনৰ বুলি ভাইৰেল হৈছে।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে বহুসংখ্যক লোকে হাতত প্লাষ্টিকৰ গিলাছ লৈ সুৰা বিতৰণৰ বাবে অপেক্ষা কৰি আছে। দাবী কৰা হৈছে যে চলিত কৃষক আন্দোলনৰ আন্দোলনকাৰী কৃষকসকলে এইদৰে সুৰাৰ বাবে অপেক্ষা কৰিছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি […]

Continue Reading

সুৰা বিতৰণৰ এই ভিডিঅ’টো কৃষক আন্দোলনৰ নহয়।

কৃষক সংঘই ১৩ ফেব্ৰুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ বাধ্য কৰিবলৈ দিল্লীলৈ প্ৰতিবাদী সমদল আৰম্ভ কৰে। কৃষকৰ প্ৰতিবাদস্থলীৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপকভাৱে প্ৰচাৰিত হৈছে। এই ভিডিঅ’বোৰৰ এটাত বিভিন্ন বয়সৰ পুৰুষে গাড়ীৰ খোলা খিৰিকীৰে ডিচপ’জেবল গ্লাছ আৰু বাচন-বৰ্তন লৈ হাত মেলি থকা দেখা গৈছে আৰু এজন মানুহে সুৰা বাকি দিয়া দেখা […]

Continue Reading