যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা বুলি দাবী কৰা এই ভিডিঅ’টো সম্পাদনা কৰা হৈছে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মধুমেহ ৰোগৰ দৰৱৰ প্ৰচাৰ কৰা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোৰ থাম্বনেইলত লিখা আছিল, “ভাৰত মে মধুমেহ কি মহামাৰী পৰ বিজয় প্ৰাপ্ত কি গই হ্যে! মধুমেহ কো অলৱিদা কহে” (ভাৰতত মধুমেহ জয় কৰা হৈছে! মধুমেহৰ পৰা বিদায় লওক)। ভিডিঅ’টোত যোগী আদিত্যনাথে কয় যে এই ঔষধ ভাৰতীয় বিজ্ঞানীয়ে প্ৰস্তুত […]
Continue Reading