এই ফটোখনৰ অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত কোনো সম্পৰ্ক নাই।

এক বহল পথত বিপুল জনসমাগমৰ এখন ফটো চ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰা হৈছে। ভাইৰেল ফটোখনৰ সৈতে দাবী কৰা হৈছে যে অযোধ্যাত ৰাম মন্দিৰৰ অভিষেকৰ বাবে সমবেত হৈছে ভক্তৰ ভিৰ।  তামিলনাডু বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদকে ভাইৰেল ফটোখন শ্বেয়াৰ কৰাৰ সময়ত লিখিছে – “ফটোখন ২২-০১-২০২৪ তাৰিখে সন্ধিয়া ৬-০০ বজাত লোৱা হৈছে। অযোধ্যাৰ ছবি, ভক্তৰ সাগৰ ৭.৫ কিলোমিটাৰ জুৰি”। […]

Continue Reading