অসমত বাঢ়ি অহা তাপমাত্ৰাৰ কাৰণ আৰু প্ৰভাৱ

পাতনি অসম তথা উত্তৰ পূৰ্বাঞ্চল বুলি ক’লে সাধাৰণতে আমাৰ দেশৰ উত্তৰ অংশতকৈ তুলনামূলকভাৱে কম তাপমাত্ৰাৰ এক বিস্তৃত অঞ্চল বুলি প্ৰসিদ্ধ। কিন্তু শেহতীয়াকৈ সেই প্ৰসিদ্ধি যেন ক্ৰমাগতভাৱে মোলান পৰিবলৈ ধৰিছে। বৰ্তমান অসমত অসহনীয় গৰমে জনজীৱন অস্থিৰ কৰি তুলিছে। বিগত কেইবাদিনো ধৰি ৰাজ্যখনত দিনৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৩ৰ পৰা৫°চেণ্টিগ্ৰেড বেছি হৈ আছে। কোনো কোনো অঞ্চলত ৩৪ৰ পৰা ৩৬° […]

Continue Reading

AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো এখনক হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ সমীপৰ বনাঞ্চলৰ বুলি দাবী কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি লিখিছে- হায়দৰাবাদ বিশ্ববিদ্যালয় ৰ কাষৰীয়া এখন বন ধ্বংসযজ্ঞৰ স্থিৰচিত্ৰ আৰু ইয়াৰ কাৰন IT park নিৰ্মাণ । কাঞ্চা গাচিব’লি ৰ ৪০০ একৰ বন উন্মুক্ত কৰা হৈছে য’ত ৪৫৫ বিধৰো অধিক উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ বসতি স্থল ,কেৱল মানুহৰ নিজৰ লাভালাভৰ বাবে ! অৱশ্যে এইয়া কেনেকুৱা লাভ […]

Continue Reading