চুডানৰ একালৰ প্ৰতিৰক্ষামন্ত্ৰীৰ আজিৰ অৱস্থা এনেকুৱা অন্ন-বস্ত্ৰহীন হৈছেনে? সত্যটো কি?

শেহতীয়াভাৱে  অসমৰ ফেচবুকত দুখনমান ফটোৰে সৈতে এটা বাৰ্তা অতি বেছিকৈ ভাইৰেল হৈ পৰিছে। বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে সেই ফটোদুখন চুডানৰ একালৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বুলি দাবী কৰি পোষ্ট কৰিছে। তেওঁলোকৰ মতে একালৰ চুডানৰ মহা প্ৰতাপী প্ৰতিৰক্ষা মন্ত্ৰী কৰ্ণেল ইব্ৰাহিম শ্বামশ্বাডাইনৰ বৰ্তমানৰ অৱস্থা অতিকৈ শোচনীয় তথা অন্ন-বস্ত্ৰহীন। ১৯৫৫চনত চুডানৰ প্ৰতিৰক্ষামন্ত্ৰী হৈ থকা ইব্ৰাহিম শ্বামশ্বাডাইনে একালত ক্ষমতাৰ অপব্যৱহাৰ কৰি […]

Continue Reading