এই ভিডিঅ’টোত বেঞ্জামিন নেতান্যাহুৰ পৰিয়ালৰ লোকে তেওঁৰ ভাতৃৰ মৃত্যু হোৱা বুলি কৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ এগৰাকী যুৱতীয়ে কান্দি কান্দি মাইকত কথা কৈ থকা এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পৰিয়ালৰ লোক আৰু তেওঁ নেতান্যাহুৰ ভাতৃৰ মৃত্যু হোৱা বুলি স্পষ্টীকৰণ দি এইদৰে কন্দা-কটা কৰিছে।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ […]

Continue Reading

পেলেষ্টাইনৰ গাজাৰ পুৰণি ভিডিঅ’কে ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ বুলি মিছাকৈ দাবী।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণ-ইজৰাইলৰ যুদ্ধৰ বলি হোৱা কোনো শিশুৰ ক্ৰন্দনৰত ৰূপ বুলি দাবী কৰা হৈছে। লিখিছে-  এজন শিশুৰ কান্দোন আৰু এটা অনুৰোধ: “প্লিজ যুদ্ধ বন্ধ কৰক!” ইৰাণ আৰু ইজৰাইলৰ এই ভয়ংকৰ যুদ্ধৰ মাজত নিষ্পাপ শিশুসকলৰ অৱস্থা দেখিলে আপোনাৰো চকু সেমেকি উঠিব। যুদ্ধই কেৱল ধ্বংস আৰু মৃত্যুহে কঢ়িয়াই আনে। […]

Continue Reading

AI Generated ভিডিঅ’কে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি দাবী কৰা হৈছে। লিখিছে- ইৰাণৰ আক্ৰমণত দিশহাৰা হৈছে ইজৰাইলৰ নাগৰিকসকল। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ প্ৰথম […]

Continue Reading

Arma 3 নামৰ চিমুলেছন গেমৰ দৃশ্যকে ইজৰাইলৰ তেল অভিভত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ দাবী। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ তেল অভিভৰ ওপৰত ইৰাণৰ মিছাইল আক্ৰমণ বুলি দাবী কৰা হৈছে। লিখিছে- বৃহত ক্ষতিৰ সন্মুখীন ইজৰাইল–সেনাৰ চকুতও পানী।  হতাশগ্ৰস্ত PM ন্যেত্যানুহু–ইৰাণৰ বধ লিষ্টত ন্যেত্যানুহু।       প্ৰাণৰ ভয়ত ৰোগীয়া দেহাৰে বাংকাৰত আশ্ৰয়। The Cradle মেডিয়াৰ মতে ইজৰাইলৰ তেল আভিভৰ পৌৰ নিগমে প্ৰথম দুদিনত চহৰখনৰ […]

Continue Reading

চিমুলেছন গেমৰ দৃশ্য আৰু AI Generated ভিডিঅ’ৰে ইৰাণৰ ভয়ংকৰ আক্ৰমণ বুলি মিছাকৈ দাবী। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ ওপৰত ইৰাণৰ মিছাইলেৰে কৰা ভয়ংকৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। একেলগে দুটাকৈ ভিডিঅ’ ক্লিপ সংলগ্ন কৰি আপলোড কৰি লিখিছে- ইৰাণৰ ভয়ংকৰ আক্ৰমণ! ইজৰাইলৰ আকাশত মিছাইলৰ বৰ্ষণ! অৱশেষত ইৰাণে ল’লে প্ৰতিশোধ! শ শ মিছাইল নিক্ষেপ কৰি ইজৰাইলত হাহাকাৰ সৃষ্টি কৰিছে ইৰাণৰ সেনাই। এতিয়া কি […]

Continue Reading

ইজৰাইলেৰ ইৰাণৰ আকাশত কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰি পুৰণি আৰু সংগতিবহীন দৃশ্য প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ আকাশত মিছাইলেৰে কৰা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছে- ইজৰাইলৰ ভয়ংকৰ প্ৰতিশোধ! ইৰাণৰ বুকুত মিছাইলৰ বৰ্ষণ। ইৰাণৰ আক্ৰমণৰ বিৰুদ্ধে ইজৰাইলে ল’লে এক কঠোৰ পদক্ষেপ। ইজৰাইলী বায়ুসেনাই ইৰাণৰ সামৰিক ঘাটিসমূহ লক্ষ্য কৰি চলাইছে তীব্ৰ আকাশী আক্ৰমণ। সমগ্ৰ মধ্য-প্ৰাচ্যত এতিয়া মহাযুদ্ধৰ আশংকা।চাওক এই বিশেষ […]

Continue Reading

পুৰণি আৰু সংগতিবহীন দৃশ্যৰে ইৰাণে ইজৰাইলৰ আকাশত কৰা আক্ৰমণ বুলি দাবী। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ আকাশত ইৰাণৰ আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছে- ইৰাণৰ আকাশী আক্ৰমণত কঁপিল ইজৰাইলৰ চহৰসমূহ। শ শ মিছাইলৰ পোহৰেৰে পোহৰাই তুলিলে নিশাৰ আকাশ। এয়া তৃতীয় বিশ্বযুদ্ধৰ আগজাননী নেকি? আপুনি কি ভাবে, কমেন্টত জনাওক। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

আলজেৰিয়াৰ এটা ফুটবল ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপনৰ দৃশ্যকে ইজৰাইলৰ ইৰাণ আক্ৰমণৰ দৃশ্য  বুলি দাবী। 

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলে ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য বুলি দাবী কৰা হৈছে। লিখিছে- ইজৰাইলৰ প্ৰতিশোধ! ইৰাণৰ ওপৰত চলোৱা এই আক্ৰমণে তৃতীয় বিশ্বযুদ্ধৰ আগজাননী দিছে নেকি? আপোনাৰ মতামত কমেন্টত জনাওক। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

ইৰাণৰ শাসক খামেইনীৰ মৃত্যুৰ দৃশ্য বুলি AI Generated ভিডিঅ’ প্ৰচাৰ। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেইটো ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীৰ মৃত্যুৰ সময়ত দৃশ্য। ভিডিঅ’টোত খামেইনীৰ মৃত্যুত ৰাজপথলৈ ওলাই অহা লাখ লাখ মানুহৰ সমাগমৰ দৃশ্যৰ লগতে সেই দৃশ্যটোও সংলগ্ন কৰা হৈছে য’ত ধ্বংস্তুপৰ মাজত খামেইনী চেপা খাই সোমাই থকা দেখা গৈছে আৰু উদ্ধাৰকাৰীয়ে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি […]

Continue Reading

প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান এতিয়া ঘটা নাই। খবৰটো মিছা। 

১০ নৱেম্বৰ ২০২৫, সোমবাৰে সন্ধিয়াৰে পৰা অসমৰ সামাজিক মাধ্যমত প্ৰচাৰ হ’বলৈ ধৰিলে যে আমাৰ দেশৰ প্ৰসিদ্ধ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাসৱান ঘটিছে। কেইবাজনো ব্যৱহাৰকাৰীয়ে ধৰ্মেন্দ্ৰৰ প্ৰয়াণ ঘটা বুলি পোষ্ট দিয়া আমাৰ দৃষ্টিগোচৰ হ’ল। দাবী কৰা হ’ল যে অভিনেতাগৰাকী আৰু ইহ সংসাৰত নাই। তেনেকুৱা কেইবাটাও দাবী তলত সংলগ্ন কৰা হৈছে। Facebook Link Archived Link Facebook Link Archived Link […]

Continue Reading