এই কফিনসমূহ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাত নিহতসকলৰ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

যোৱা ১২ জুনত আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয়। এই পৰিপ্ৰেক্ষিতত শাৰী শাৰীকৈ থোৱা বহু কফিনৰ ভিডিঅ’ আহমেদাবাদৰ দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  Instagram Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ […]

Continue Reading

ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ব্যক্তিৰ মৃতদেহ এইদৰেই সাগৰত পেলাই দিছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৯৫ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ১৬ লাখ মানুহ আক্রান্ত […]

Continue Reading