জিঅ’ৰ ইলেক্ট্ৰিক চাইকেল মুকলি হ’ব বুলি চৰ্চাহে লাভ কৰিছে, কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই।  

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে ৰিলায়েন্স জিঅ’ই ইতিমধ্যেই জিঅ’ ইলেক্ট্ৰিক চাইকেল বজাৰত মুকলি কৰি দিছে। মুকেশ আম্বানী আৰু এখন ইলেক্ট্ৰিক চাইকেলৰ ফটো সংলগ্ন কৰি আপলোড কৰা ফটোখনত লিখা হৈছে এইদৰেঃ  JIOই মুকলি কৰিলে JIO ELECTRIC CYCLE। মাত্ৰ ২৯,৯৯৯ টকাৰ পৰা ক্ৰয় কৰিব পাৰিব ইলেক্ট্ৰিক চাইকেলখন। এবাৰ […]

Continue Reading

এইখন ভাৰতৰ আৰক্ষীয়ে ১০০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা চাইকেল নহয়।  

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এখন বিশেষ ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল যে সেই ফটোখন ভাৰতৰ আৰক্ষীয়ে ১০০ বছৰ পূৰ্বে ব্যৱহাৰ কৰা চাইকেলৰ হয় নেকি।  Archived Link    কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে আমি গুগল ৰিভাৰ্ছ ইমেজ […]

Continue Reading