পানীৰ তলত হনুমানৰ ছবি থকা কেশৰ পতাকা উৰুৱাই থকা ব্যক্তিজন ভাৰতীয় নৌসেনাৰ হয়নে?

হিন্দু ঈশ্বৰ হনুমানৰ ছবিৰে সজ্জিত কেশৰ পতাকা লৈ পানীৰ তলত সাঁতুৰি থকা স্কুবা ডাইভাৰৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে ৰাম মন্দিৰ অভিষেক উপলক্ষে ভাৰতীয় নৌসেনাৰ এয়া এক প্ৰচেষ্টা। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছে এইদৰে,”By Indian Navy…. Under water..Jay shree Ram”। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading

এই ভিডিঅ’টো অযোধ্যাৰ ৰাম মন্দিৰৰ হয়নে?

যোৱা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত বিভিন্ন ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ এটা দানপাত্ৰৰপৰা বৃহৎ পৰিমাণৰ টকা উলিয়াই থকাৰ এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো ৰাম মন্দিৰৰ দানপাত্ৰৰ য’ত প্ৰথম দিনাই ৩ কোটিৰো অধিক টকা ভক্ত‌ই দান কৰিছে। Facebook Link | […]

Continue Reading

বুৰ্জ খলিফাত শ্ৰীৰামচন্দ্ৰৰ ছবি প্ৰদৰ্শন কৰা হৈছিল নেকি?

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছতে চ’চিয়েল মেডিয়াত বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ফেচবুকত ডুবাইৰ বুৰ্জ খলিফাৰ এখন ফটো ভাইৰেল হৈছে য’ত প্ৰদৰ্শিত হৈছে শ্ৰীৰামচন্দ্ৰৰ ছবি। ভাইৰেল পোষ্টত দাবী কৰা হৈছে যে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে বুৰ্জ খলিফাত ৰামৰ ছবি প্ৰদৰ্শন কৰা হৈছে। Facebook Link | Archived Link আমি ফেক্ট […]

Continue Reading

এই ফটোখনৰ ৰাম মন্দিৰৰ সৈতে কোনো সম্পৰ্ক নাই।

যোৱা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হয়। ইয়াৰ পিছতে এই সম্পৰ্কে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ফেচবুকতো এজন কান্দি থকা ফটোগ্ৰাফাৰ আৰু ৰাম মন্দিৰৰ ৰামৰ মূৰ্তিৰ এখন ক’লাজ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ৰামৰ মূৰ্তিটো দেখি ফটোগ্ৰাফাৰজন আৱেগিক হৈ পৰিছে। Facebook Link | Archived Link আমি […]

Continue Reading