পুৰণি ফটো ৰাজস্থানৰ চুৰুত শেহতীয়াকৈ হোৱা ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

যোৱা ৯ জুলাইত ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান এখন ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাত পতিত হয় যাৰ ফলত দুয়োগৰাকী পাইলটৰ মৃত্যু হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত চাৰিখন ফটোৰ এখন ক’লাজ শ্বেয়াৰ কৰা হৈছে। ক’লাজখনৰ তিনিখন ফটোত বিমানৰ অৱশিষ্ট দেখা গৈছে আৰু এখনত এগৰাকী পাইলটক মাটিত পৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে ফটোখন ৰাজস্থানৰ চুৰুত হোৱা ভাৰতীয় […]

Continue Reading

এটা অট্টালিকাত অগ্নিকাণ্ড ঘটা এই ভিডিঅ’টোৰ সৈতে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কোনো সম্পৰ্ক নাই। 

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ সময়ৰ দৃশ্য বুলি দাবী কৰা হৈছে।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি ২০২৫ চনৰ […]

Continue Reading

কেবিনত ধোঁৱাৰ সৃষ্টি হোৱা এই ভিডিঅ’টোৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ লগত সম্পৰ্ক নাই। 

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি কেপছনত লিখিছে -আহমেদাবাদত বিমান দুৰ্ঘটনাৰ Live দৃশ্য। ভিডিঅ’টোৰে সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ বিমানখনৰ ভিতৰভাগৰ দৃশ্য বুলি দাবী কৰা হৈছে।   Instagram Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

দুখন পুৰণি ফটোকে ১৫জুন,২০২৫ৰ কেদাৰনাথ হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফটো বুলি মিছাকৈ  প্ৰচাৰ।

শেহতীয়াভাৱে যোৱা ১৫ জুন, ২০২৫ত কেদাৰনাথত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাত এটি ২৩মহীয়া শিশুৰ সৈতে মুঠ ৭জন লোকৰ দেহাৱসান ঘটিছিল। সেই সময়ত হেলিকপ্তাৰ দুৰ্ঘটনাৰ দৃশ্য বুলি কিছুমান আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা এটা বাতৰিত এখন বগা আৰু নীলা ৰঙৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰৰ ফটো দেখুওৱা হৈছে। দাবী কৰিছে যে সেয়া ১৫জুনত হোৱা […]

Continue Reading

২০২৩ চনত এমিৰেটছ এ৩৮০ বিমানৰ ভিতৰত লোৱা এক দৃশ্য আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ ভিতৰৰ বুলি মিছাকৈ প্ৰচাৰ।

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেইটো আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সময়ৰ বুলি দাবী কৰিছে।  Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতিৰ অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱ আদিত […]

Continue Reading