উত্তৰ প্ৰদেশৰ মেৰটৰ বিজেপি নেতা মনিশ কুমাৰে আৰক্ষীক কৰা আক্ৰমণৰ ভিডিঅ’ টিএমচি বিধায়ক মহম্মদ দিমিৰে বেংগল আৰক্ষীৰ লোকক কৰা আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্য়ৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে টিএমচিৰ বিধায়ক মহম্মদ দিমিৰে এগৰাকী বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছে। পোষ্টটোত আৰক্ষী বিষয়াক প্ৰহাৰ কৰা লোকজন তৃণমূল কংগ্ৰেছৰ বিধায়ক মহম্মদ দিমিৰ বুলি দাবী কৰি লিখিছেঃ- মুমতাজ বেগমৰ TMC বিধায়ক মহম্মদ দিমিৰে এজন বেংগল আৰক্ষী বিষয়াক প্ৰহাৰ কৰাটো চাওক। Facebook Link Archived Link কিন্তু […]
Continue Reading