প্ৰকৃতি ধ্বংস নকৰাকৈয়ো কংক্ৰিটৰ বৃহৎ নিৰ্মাণ সম্ভৱনে? কি কয় বিশেষজ্ঞই, কি শিকোঁ আমি ভিন্ন দৃষ্টান্তৰ পৰা। 

প্ৰসংগঃ উৰণ সেতু বা অন্য কংক্ৰিট নিৰ্মাণ ,প্ৰকৃতি সংৰক্ষণ আৰু বিকল্প চিন্তা  সাম্প্ৰতিক সময়ত অসমৰ ৰাজধানী চহৰ গুৱাহাটীত চলি থকা কিছুমান নিৰ্মাণকাৰ্যক কেন্দ্ৰ কৰি ব্যাপক আলোচনা আৰু সমালোচনা অব্যাহত আছে। বিশেষকৈ নিউ গুৱাহাটীৰ পৰা দীঘলীপুখুৰী পাৰলৈ নিৰ্মাণ কৰি থকা উৰণ সেতুখনৰ বাবে দীঘলীপুখুৰী পাৰৰ শতিকা পুৰণি কেইবাজোপাও গছ কাটি পেলোৱা হ’ব বুলি চৰকাৰীভাৱে এক সিদ্ধান্ত […]

Continue Reading

ৰাম মন্দিৰ নিৰ্ধাৰিত স্থানতকৈ ৩/৪ কিলোমিটাৰ আঁতৰত নিৰ্মান কৰা বুলি কৰা দাবীটো মিছা।

অহা ২২ জানুৱাৰী ২০২৪ত অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰত ভগবান শ্ৰীৰামৰ প্ৰাণ প্ৰতিস্থাৰ দিন ধাৰ্য কৰা হৈছে। তেনে প্ৰেক্ষাপটত দেশৰ লগতে অসমতো বিভিন্ন ধৰণৰ সত্য আৰু অসত্য বাৰ্তা সামাজিক মাধ্যমত বিয়পি পৰিছে। শেহতীয়াকৈ ৰাম মন্দিৰটো ধ্বংসপ্ৰাপ্ত বাবৰি মছজিদৰ প্ৰস্তাৱিত স্থানতকৈ ৩/৪ কিলোমিটাৰ আঁতৰত নিৰ্মান কৰা হৈছে বুলি দাবী কৰি বিভিন্ন ফটো আৰু ভিডিঅ’ বিয়পি পৰিছে। একাধিক […]

Continue Reading