কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক তথা জৱাহৰলাল নেহৰুৰ পৰিয়াল আৰু ফিৰোজ গান্ধী সম্পৰ্কে ভুৱা তথ্য ভাইৰেল।

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন পোষ্ট চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা গৈছে। এনে সময়তে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীকক লৈও এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। ভাইৰেল পোষ্টটোত কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰতীক সদৃশ এখন হাতৰ ফটো শ্বেয়াৰ কৰা হৈছে। ফটোখনত থকা হাতখন কোনো ধাতুৰে নিৰ্মিত যেন অনুমান হয়। হাতখনৰ ওপৰত আৰবী […]

Continue Reading

দেশক একত্ৰিত কৰা বুলি বিজেপিক প্ৰশংসা কৰিছিল নেকি ৰাহুল গান্ধীয়ে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাহুল গান্ধীৰ আন এটা ভিডিঅ’। এই ভিডিঅ’টোত ৰাহুল গান্ধীয়ে মানুহক একত্ৰিত কৰাৰ বাবে বিজেপিক প্ৰশংসা কৰি কংগ্ৰেছে ধৰ্ম আৰু জাতিৰ নামত মানুহক বিভাজন কৰে বুলি একমত হোৱা শুনা যায়। ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া কংগ্ৰেছৰ বাস্তৱ আৰু ৰাহুল গান্ধীয়ে নিজৰ দলটো উদঙাই দিলে। Facebook Link […]

Continue Reading

এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ পাৰ কৰিব বুলি মল্লিকাৰ্জুন খৰ্গেয়ে সঁচাকৈয়ে কৈছিল নেকি?

ভাৰতত ১৮ সংখ্যক লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলৰ পৰা মে’ৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজনৈতিক দলসমূহ সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ইফালে বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ সদনত ভাষণ দিয়া দেখা গৈছে। এই ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰাৰ সময়ত দাবী কৰা হৈছে যে […]

Continue Reading

কিউ আৰ ক’ডৰ এই ফটোখন সম্পাদিত।

কংগ্ৰেছ দলৰ ক্ৰাউডফাণ্ডিং অভিযান ‘ড’নেট ফ’ৰ দেশ’ত ১০.১৫ কোটি টকাৰ অনুদান সংগ্ৰহ কৰা হৈছে, সৰ্বাধিক অনুদান আহিছে তেলেংগানা আৰু হাৰিয়ানাৰ পৰা। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে এই প্ৰচাৰ আৰম্ভ কৰে। কংগ্ৰেছ পাৰ্টিয়ে ভাৰতবাসীক তেওঁলোকৰ সৈতে ডিজিটেল মাধ্যমেৰে সংযোগ স্থাপন কৰি ‘দেশৰ বাবে দান’ অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। ইফালে ছ’চিয়েল মিডিয়াত […]

Continue Reading

অশোক গেহলটৰ ৰেলীত জনতাই মোদী-মোদী শ্লোগান দিছিল নেকি?

নিৰ্বাচনী পৰিৱেশত অশোক গেহলটৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ পটভূমিত শুনা গৈছে মোডীক সমৰ্থন কৰা শ্ল’গান। শ্লোগানৰ মাজতে অশোক গেহলটৰ লগতে তেওঁৰ লগত থিয় হৈ থকা এজন ব্যক্তিয়ে জনসাধাৰণক শান্ত কৰোৱা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোৰ লগতে ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৰেলীত মোদী-মোদী শ্লোগান উত্থাপন কৰা হৈছিল। ফেচবুকত […]

Continue Reading

এইবাৰ গণতন্ত্ৰ দিৱসত ৰাহুল গান্ধীয়ে বাওঁ হাতেৰে চেল্যুট কৰিছিল নেকি?

শেহতীয়াকৈ ভাৰতে ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপন কৰিলে । এই দিৱসৰ পাছতেই ছচিয়েল মিডিয়াত ইয়াৰ সমন্ধে বিভিন্ন ধৰণৰ বাতৰি বা ফটো/ভিডিঅ’ বহুল ভাৱে শ্বেয়াৰ হ’ল । এই সময়তে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এখন বিশেষ ফটো ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিল ।  ভাইৰেল ফটোখনত ৰাহুল গান্ধীক নিজৰ বাওঁ হাতেৰে চেল্যুট দি থকা দেখা গ’ল আৰু ফটোখনৰ […]

Continue Reading

অনিল উপাধ্যায় নামৰ বিজেপি বিধায়ক এজনে পলিং বুথ দখল কৰিছিলে নেকি?

ছচিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক অনিয়ম ভাৱে এটা পলিং বুথত সোমায় কোনে কাক ভোট দিছে লক্ষ্য কৰি থকা দেখা গৈছে । এই ভিডিঅ’টো যোৱা এপ্ৰিল মাহত হোৱা নিৰ্বাচনৰ সময়ত আবিৰ্ভাৱ হৈছিল, ব্যাপক ভাৱে প্ৰচাৰ হৈছিল আৰু এতিয়া নিৰ্বাচনৰ পাছতো দেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে কেইবামাহৰ পাছতো প্ৰচাৰ হৈ আছে […]

Continue Reading

প্ৰাক্তন বিধায়িকাৰ ওপৰত হোৱা আক্ৰমণৰ পুৰণা ফটো ব্যৱহাৰ কৰি টুইটাৰত ভাইৰেল ভুৱা পোষ্ট

ছচিয়েল নেটৱৰ্ক ছাইট টুইটাৰত ভাইৰেল হৈ পৰিছে দুখন বিশেষ ফটো। কংগ্ৰেছ মুক্ত ভাৰত (@sagenaradmuni) নামৰ টুইটাৰ হেণ্ডেল এটাৰ পৰা আপলোড হোৱা ফটো দুখন হৈছে অসমৰ প্ৰাক্তন বিতৰ্কিত কংগ্ৰেছ বিধায়িকা ৰুমী নাথ আৰু তেওঁৰ দ্বিতীয় স্বামী জেকী জাকিৰ হুছেইনৰ। ৪ অক্টোবৰ, ২০১৯, পুৱতি নিশা ২:২৩ বজাত পোষ্ট কৰা আপডেটটোত লিখা হৈছে যে “এগৰাকী হিন্দু নাৰীয়ে নিজৰ […]

Continue Reading