গৌৰৱ গগৈৰ এই বক্তব্যটো সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ এখন বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈক দেখা গৈছে আৰু তাত গৌৰৱ গগৈয়ে এইদৰে কোৱা বুলি উল্লেখ কৰা হৈছে,” মহাত্মা গান্ধী, জৱাহৰলাল নেহৰুৰ দৰে হিন্দু আজিলৈকে আমাৰ দেশৰ ইতিহাসত নাই”। Facebook Link | Archived Link  কিন্তু গৌৰৱ গগৈয়ে সঁচাকৈয়ে তেনেদৰে কৈছিলনে? আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

এই ভিডিঅ’টো মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ সময়ৰ নহয়।

যোৱা ৮ ডিচেম্বৰত তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰা হয়। লোকসভাত প্ৰশ্ন উত্থাপন কৰাৰ বাবে ব্যৱসায়ী দৰ্শন হীৰানন্দানীৰ পৰা মহুৱা মৈত্ৰ‌ই উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। এই বহিষ্কাৰৰ বিৰুদ্ধে মহুৱা মৈত্ৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এই পটভূমিত মহুৱা মৈত্ৰক আৰক্ষীয়ে টানি লৈ যোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত […]

Continue Reading

তেলেংগানাত কংগ্ৰেছ জয়ী হোৱাৰ পিছত ভাৰতৰ পতাকাত সঁচাকৈয়ে অশোক চক্ৰৰ ঠাইত ইছলামিক কলমা ব্যৱহাৰ কৰা হৈছিল নেকি?

শেহতীয়াকৈ ২০২৩ চনৰ তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৬৪খন আসনেৰে জয়লাভ কৰিছে। ইয়াৰ নেতা হিচাপে নিৰ্বাচিত হৈছে টিপিচিচিৰ মুৰব্বী ৰেভান্থ ৰেড্ডী। ৭ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৰেভান্ত ৰেড্ডীয়ে। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক বিশাল সমাৱেশৰ ভিডিঅ’। ভিডিঅ’টোত মানুহক ভাৰতৰ জাতীয় পতাকা লৈ যোৱা দেখা গৈছে য’ত অশোক চক্ৰৰ ঠাইত ইছলামিক […]

Continue Reading