বাংলাদেশৰ ইছলামিক ধৰ্মগুৰু আৰু শিক্ষাবিদৰ সন্মিলনৰ ফটো আল-কাইডাৰ নতুন সংগঠনৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।
শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেয়া বাংলাদেশত আল-কাইডাই নতুন সংগঠন খোলা দৃশ্য। পোষ্টটোত লিখিছে- #বাংলাদেশত আৰম্ভ হৈছে #আল_কায়দা ৰ সংগঠন ..এয়া ভাৰতৰ অংগ ৰাজ্য পশ্চিমবঙ্গ আৰু অসমৰ বাবে #অশনি_সংকেত Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]
Continue Reading