মক্কাৰ ক্লক টাৱাৰৰ এবছৰ পূৰণি ঘটনাৰ দৃশ্যক শেহতীয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে ফেচবুকত। 

শেহতীয়াভাবে অসমত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে।  ফটোখন আপলোড কৰি এটা ফেচবুক পেজে দাবী কৰিছে যে সেয়া মক্কাৰ ক্লক টাৱাৰত হোৱা শেহতীয়া বিজুলী ধেৰেকনীৰ দৃশ্য। ২৯ আগষ্টত ফটোখন আপলোড কৰি সেই দৃশ্য শেহতীয়া বুলি দাবী কৰা হৈছে। ফটোখনৰ ওপৰত লিখি দিয়া হৈছে- মক্কাৰ ক্লক টাৱাৰত বিজুলীৰ চুম্বন। Archived Link  আমি সেই ফটোখনৰ মূল ভিডিঅ’টো […]

Continue Reading

এই ভিডিঅ’টো কাশ্মীৰৰ লাল চ’কৰ নহয়।

কালি অৰ্থাৎ ২২ জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হয়। ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বহু আগৰেপৰা এই সম্পৰ্কে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছিল। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত এটা ক্লক টাৱাৰত শ্ৰীৰামচন্দ্ৰৰ প্ৰতিচ্ছবি দেখুওৱা হৈছে। দাবী কৰা হৈছে যে কাশ্মীৰৰ লাল চ’কত এনেদৰে ৰামৰ প্ৰতিচ্ছবি দেখুওৱা […]

Continue Reading