পেলেষ্টাইনৰ গাজাৰ পুৰণি ভিডিঅ’কে ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ বুলি মিছাকৈ দাবী।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণ-ইজৰাইলৰ যুদ্ধৰ বলি হোৱা কোনো শিশুৰ ক্ৰন্দনৰত ৰূপ বুলি দাবী কৰা হৈছে। লিখিছে- এজন শিশুৰ কান্দোন আৰু এটা অনুৰোধ: “প্লিজ যুদ্ধ বন্ধ কৰক!” ইৰাণ আৰু ইজৰাইলৰ এই ভয়ংকৰ যুদ্ধৰ মাজত নিষ্পাপ শিশুসকলৰ অৱস্থা দেখিলে আপোনাৰো চকু সেমেকি উঠিব। যুদ্ধই কেৱল ধ্বংস আৰু মৃত্যুহে কঢ়িয়াই আনে। […]
Continue Reading
