পুৰণি সংগতিহীন ভিডিঅ’ ছিৰিয়াত শেহতীয়াকৈ খ্ৰীষ্টান ছোৱালীৰ অপহৰণৰ ঘটনা বুলি ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে সেনাবাহিনীৰ পোছাক পৰিহিত এজন লোকে এগৰাকী ছোৱালীক দাঙি লৈ গৈ আছে আৰু লগত আছে সেনাবাহিনীৰ পোছাক পৰিহিত আন কেইজনমান লোক। দাবী কৰা হৈছে যে ছিৰিয়াৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী ছোৱালী এজনীক ইছলামিক জেহাদীয়ে এইদৰে অপহৰণ কৰি নিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ছিৰিয়া দখল কৰাৰ […]
Continue Reading