দুখন পুৰণি ফটোকে ১৫জুন,২০২৫ৰ কেদাৰনাথ হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফটো বুলি মিছাকৈ প্ৰচাৰ।
শেহতীয়াভাৱে যোৱা ১৫ জুন, ২০২৫ত কেদাৰনাথত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাত এটি ২৩মহীয়া শিশুৰ সৈতে মুঠ ৭জন লোকৰ দেহাৱসান ঘটিছিল। সেই সময়ত হেলিকপ্তাৰ দুৰ্ঘটনাৰ দৃশ্য বুলি কিছুমান আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা এটা বাতৰিত এখন বগা আৰু নীলা ৰঙৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰৰ ফটো দেখুওৱা হৈছে। দাবী কৰিছে যে সেয়া ১৫জুনত হোৱা […]
Continue Reading