চীনৰ ৰাষ্ট্ৰপতিয়ে প্ৰকৃততে মোদীক আওকান কৰা নাছিল।    

যোৱা ৩১ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে উচিত সন্মান প্ৰদান নকৰিলে। ভিডিঅ’টোত দেখা যায় যে মোদীয়ে আগুৱাই আহি নিজৰ সোঁহাতখন আগুৱাই দিছে আৰু চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে কৰমৰ্দন নকৰি আওকান কৰিছে। চীনত শেহতীয়াকৈ হৈ যোৱা SCO Summitৰ সময়ত এই দৃশ্যটো আপলোড […]

Continue Reading