চীনত নিৰ্মিত বিষাক্ত ফটকা সম্পৰ্কে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা সতৰ্কবাণী দিয়া হৈছে নেকি?
দীপাৱলী সমাগত। এনে সময়তে চ’চিয়েল মেডিয়াত এটা বিশেষ বাৰ্তা বহুলভাৱে শ্বেয়াৰ হোৱা দেখা গৈছে। বাৰ্তাটো এনেধৰণৰ – “চোৰাংচোৱা তথ্য অনুসৰি যিহেতু পাকিস্তানে ভাৰতক পোনপটীয়াকৈ আক্ৰমণ কৰিব নোৱাৰে, সেয়েহে চীন দেশক ভাৰতৰ ওপৰত প্ৰতিশোধৰ দাবী জনাইছে। ভাৰতত হাঁপানী বিয়পাবলৈ চীনে কাৰ্বন মনোক্সাইড গেছ প্ৰয়োগ কৰি বিশেষ ধৰণৰ বিষাক্ত ফটকা সাজি উলিয়াইছে । ইয়াৰ উপৰিও ভাৰতত […]
Continue Reading