এই ফটোখন মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে কৰা সমাবেশৰ নহয়।

মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ পিছত একাংশ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এনে পৰিপ্ৰেক্ষিতত নিৰ্যাতন চলোৱা লোকসকলৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি সংখ্যাগৰিষ্ঠ মেইটেই গোটে মণিপুৰত প্ৰতিবাদী সমদল উলিওৱা বুলি দাবী কৰি চ’চিয়েল মেডিয়াত এখন ফটো ভাইৰেল হৈছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি ৰিভাৰ্ছ ইমেজ […]

Continue Reading

চিন-কুকি নাৰ্কো সন্ত্ৰাসবাদৰ বিৰুদ্ধে আয়োজন কৰা এক সমাৱেশৰ ফটো সম্পাদনা কৰি ভুৱা দাবী বিয়পোৱা হৈছে।

২০২৩ চনৰ ২৯ জুলাইত মণিপুৰৰ ইম্ফলত চিন-কুকি নাৰ্কো-সন্ত্ৰাসবাদৰ বিৰুদ্ধে COCOMI সংগঠনে এক বিশাল ৰেলী উলিয়াইছিল। বৃহৎ সংখ্যক লোকে এই সমাৱেশত অংশ লৈছিল।ছ’চিয়েল মিডিয়াত এই সমাৱেশৰ এখন ফটো শ্বেয়াৰ কৰা হৈছে, য’ত একাংশ লোকে বেনাৰ লৈ থিয় হৈ আছে। বেনাৰত লিখা আছে (Kukis are foreigner and Meiteis are refugee) কুকিসকল বিদেশী আৰু মেইটেইসকল শৰণাৰ্থী। ব্যৱহাৰকাৰীয়ে পোষ্টটোৰ […]

Continue Reading