ছিৰিয়াৰ ৰাক্কাৰ ভিডিঅ’ ইৰাণৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ইৰাণত মহিলাসকলক লৈ যোৱা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “এই দৃশ্য ইৰাণৰ… চাওক ইৰাণত ইজনে সিজনৰ মাক ভগ্নীক কেনেকৈ লৈ গৈছে … কুৰ্দ, তুৰস্ক, ইৰাণ, ইৰাক, ছিৰিয়া সকলোৰে ঈশ্বৰ একে কিন্তু যেতিয়াই তেওঁলোকৰ মাজত যুদ্ধ হয় , তেতিয়াই ইজনে সিজনৰ মহিলাক […]
Continue Reading
