ইউক্ৰেইনত হোৱা আক্ৰমণৰ পুৰণি ভিডিঅ’ গাজা আক্ৰমণৰ বুলি ভাইৰেল কৰা হৈছে।
ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনে সমগ্ৰ বিশ্বকে এক প্ৰকাৰ জোকাৰি গৈছে। দেশে দেশে প্ৰতিক্ৰিয়া দেখা গৈছে। সমান্তৰালভাৱে সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত কিছুমান আলোক দেখা গৈছে আৰু দাবী কৰা হৈছে যে সেয়া গোজাত হোৱা এক ৰাসায়নিক অস্ত্ৰ আক্ৰমণ। ভিডিঅ’টোত […]
Continue Reading