মণিপুৰৰ বৰ্বৰ নাৰী নিৰ্যাতনৰ মূল অভিযুক্তৰ নাম আব্দুল হালিম হয়নে? সত্যটো কি?
শেহতীয়াভাৱে মণিপুৰত সংঘটিত জঘন্য, বৰ্ৰব নাৰী নিৰ্যাতনৰ ঘটনাৰ পাছত সমগ্ৰ দেশতে ইয়াক লৈ ধিক্কাৰ ধ্বনি শুনা গৈছে। সৰ্বত্ৰ কেৱল দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী উত্থাপন হৈছে। তেনে পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ তথ্য ভুলে শুদ্ধই বিয়পাই দিয়া দেখা গৈছে। একেবাৰে শেহতীয়াভাৱে ঘটনাটোৰ মূল দোষীজনক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পাছত দোষীৰ নাম আৰু ধৰ্মক লৈয়ো বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ […]
Continue Reading