চাণ্ডিপুৰা ভাইৰছ নো কি? কিদৰে ইয়াৰ পৰা হাত সাৰি থাকিব পাৰি? অসমবাসীৰ বাবে সাৱধানতা আৰু কৰণীয় কি?

(Thumbnail image source: https://www.indiatoday.in/health/story/chandipura-virus-outbreak-gujarat-symptoms-causes-prevention-treatment-the-deadly-infection-2567916-2024-07-17 ) অতি শেহতীয়াকৈ অসমৰ সংবাদ মাধ্যমত চাণ্ডিপুৰা ভাইৰছ সম্পৰ্কত বিভিন্ন বা-বাতৰি সম্প্ৰচাৰিত হৈছে। নিৰ্দিষ্ট একোটা দিনত সেইদিনটোৰ শেহতীয়া তথ্য, যেনে আক্ৰান্তৰ সংখ্যা, নিহতৰ সংখ্যা আদিৰে বাতৰি সম্প্ৰচাৰ হৈছিল। স্বাভাৱিকতেই এই বাতৰিয়ে অসমৰ সাধাৰণ জনতাৰ মাজত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে। মূলতঃ ১৫ বছৰ বয়সৰ অনুৰ্ধহে এই ৰোগত আক্ৰান্ত হয় […]

Continue Reading