১৯ জুলাইৰ ভাৰতবন্ধ আৰু অসমৰ চকা বন্ধঃ এক আলোচনা।
পাতনি বেংকিং আৰু বীমাৰ পৰা আৰম্ভ কৰি ডাক সেৱা, কয়লা খনন, ঘাইপথ নিৰ্মাণ, আদি খণ্ডত নিয়োজিত ২৫ কোটিতকৈ অধিক শ্ৰমিকে ৯ জুলাই,২০২৫,বুধবাৰে দেশজুৰি সাধাৰণ ধৰ্মঘট কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত সমগ্ৰ দেশতে প্ৰায় সকলো সেৱাত ব্যাঘাত জন্মিব পাৰে। এই ভাৰতবন্ধ কিয়? ১০টা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগীসকলৰ এখন মঞ্চই চৰকাৰৰ শ্ৰমিক বিৰোধী, কৃষক বিৰোধী […]
Continue Reading