ইজৰাইল আৰক্ষীয়ে ৰাজহুৱা স্থানৰপৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ এই ভিডিঅ’টো পুৰণি।

শেহতীয়াকৈ ইজৰাইলৰ আৰক্ষীয়ে ৰাস্তাৰ খুঁটা আৰু অট্টালিকাৰ পৰা চিচিটিভি কেমেৰা আঁতৰোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে মিছাইল আক্ৰমণৰ ক্ষয়ক্ষতিৰ খবৰ ইৰাণে নোপোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ইজৰাইলে।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ […]

Continue Reading

লেবাননৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সময়ত আহমেদাবাদৰ চিকিৎসালয়খনৰ চিচিটিভি ফুটেজ বুলি এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।ভিডিঅ’টোত দেখা গৈছে পাৰ্কিং এলেকাত বিস্ফোৰণ আৰু এটা অট্টালিকাৰ চিলিং আৰু অন্যান্য অংশৰ ক্ষতি হোৱাৰ চিচিটিভি ফুটেজ। Facebook Link | Archived Link. আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল […]

Continue Reading

শুই থকা লোক এজনক সিংহই আক্ৰমণ নকৰাকৈ গুছি যোৱা দৃশ্যটো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা। 

শেহতীয়াকৈ যোৱা ৭ জুন, ২০২৫ত অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্যৰে এইবুলি দাবী কৰিছিল যে দুটি সিংহই এগৰাকী ৰাষ্টাত শুই থকা লোক এজনক শুঙি গুছি গৈছে কিন্তু একো হানি কৰা নাই। দৃশ্যটো চিচিটিভিত বন্দী হোৱা দৃশ্য বুলি উল্লেখ কৰা হৈছে।  Facebook Link Archived Link একেই দাবীৰে সেই ভিডিঅ’টো আপলোড কৰা […]

Continue Reading