ৰাজনৈতিক হেঁচাত কলকাতা ধৰ্ষণ-হত্যাকাণ্ডৰ তদন্তকাৰী চিবিআই বিষয়াই পদত্যাগ কৰা বুলি প্ৰচাৰ কৰা চিঠিখন ভুৱা।

শেহতীয়াভাবে অসমত এখন বিশেষ চিঠি ভাইৰেল হৈ পৰিছে। কলকাতাৰ আৰ.জি.কৰ হাস্পতালত সংঘটিত হোৱা ধৰ্ষণ-হত্যাকাণ্ড সন্দৰ্ভত তদন্তৰ বেলিকা ৰাজনৈতিক হেঁচা লাভ কৰাৰ বাবে চিবিআইৰ উপ-পৰিদৰ্শক তথা যুটীয়া আয়ুক্ত ডাঃ আকাশ নাগে পদত্যাগ কৰা বুলি দাবী কৰি সেই চিঠিখন ভাইৰেল কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈও এগৰাকী ব্যৱহাৰকাৰীয়ে সেই চিঠিখন প্ৰেৰণ কৰি একেই দাবী উত্থাপন কৰিছে।  Archived […]

Continue Reading