অসমৰ বানপানী: কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া

পাতনি   বৰ্ষাকালত অসমত বানপানী হৈয়েই থাকে, কিন্তু ২০২৫ চনৰ বানপানীয়ে আকৌ এবাৰ অসমবাসীক কঠোৰ পৰীক্ষাৰ সন্মুখীন কৰোৱাছে। এই বানপানীয়ে হাজাৰ হাজাৰ লোকক গৃহহীন কৰিছে, জীৱ-জন্তু, খেতি-বাতি আৰু সা-সম্পত্তিৰ অপৰিমেয় ক্ষতি সাধন কৰিছে। এই লেখাত আমি এই বানপানীৰ কাৰণ, পৰিণাম, ক্ষতি আৰু চৰকাৰৰ প্ৰতিক্ৰিয়া সম্পৰ্কে সংক্ষিপ্তকৈ আলোচনা কৰিম।   অসমৰ বানপানীৰ মূল কাৰণ:   ১. বৰষুণৰ বৃদ্ধি: এইবাৰৰ […]

Continue Reading

গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome) কি, কিদৰে হয়, ইয়াৰ পৰা হাত সৰাৰ উপায় কি ইত্যাদি সামৰি এক থুলমুল আলোচনা। 

পাতনি শেহতীয়াকৈ মহাৰাষ্ট্ৰত গীলেন-বাৰে চিণ্ড্ৰম চমূকৈ জিবিএছ(Guillain-Barre Syndrome)ৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ৰোগীৰ সংখ্যাই ১০০ জন অতিক্ৰম কৰিছে। তাৰে ভিতৰত এজন ৮ বছৰীয়া আৰু এজন ৪০ বছৰীয়া ৰোগী। এই বিষয়ে নাগৰিকসকলক আশ্বাস প্ৰদান কৰাৰ প্ৰয়াসেৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰী প্ৰকাশ অবিতকাৰে এই সপ্তাহৰ শেষৰ ফালে পুনে ভ্ৰমণ কৰে। তেওঁ কয় যে প্ৰায় ৮০% আক্ৰান্ত ৰোগী একে অঞ্চলৰ […]

Continue Reading