ৰতন টাটাই ভাৰতীয় সেনাক বুলেট প্ৰুফ বাছ প্ৰদান কৰা দাবীটো মিছা।
শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰা দেখা গৈছে। দেশৰ আগশাৰীৰ শ্ৰদ্ধেয় উদ্যোগপতি ৰতন টাটাই ভাৰতীয় সেনাৰ কাৰণে বোমা প্ৰতিৰোধী বাছ প্ৰস্তুত কৰি ভাৰতীয় সেনাক বুলেট প্ৰুফ সুৰক্ষাৰ এক ব্যৱস্থা কৰি দিয়া বুলি দাবী কৰি এখন বাছৰ ফটোৰে সৈতে সেই পোষ্টটো কৰা দেখা গৈছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈয়ো এগৰাকী ব্যৱহাৰকাৰীয়ে সেই […]
Continue Reading