পুৰণি আৰু সম্পৰ্কহীন দৃশ্যৰে হৰমুজ প্ৰণালীত আমেৰিকাৰ জাহাজ জব্দ কৰা বুলি দাবী।
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ষ্ট্ৰেইট অৱ হৰমুজ পাৰ হ’বলৈ চেষ্টা কৰি ইৰাণৰ হাতত আটক হোৱা আমেৰিকাৰ এখন জাহাজৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে– আমেৰিকাই দাদাগিৰি চলালে ষ্ট্ৰেইট অৱ হৰমুজতো। ইৰাণৰ ওচৰত হাৰ মানি আটক হল জাহাজ-নাৱিক। ইৰাণে বলবৎ কৰা ট্ৰেনজিত কৰ নিদি বলপুৰ্বকভাৱে দাদাগিৰি দেখুৱাই পলাই যাবলৈ চেষ্টা […]
Continue Reading
