অসম আৰু মেঘালয়ৰ মাজৰ হাহিম সীমা বিবাদঃ এক আলোচনা।

হাহিম সীমা বিবাদ কি? হাহিম (Hahim) হ’ল অসমৰ কামৰূপ জিলা আৰু মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ মাজত অৱস্থিত এক বিতৰ্কিত সীমান্ত অঞ্চল। এই অঞ্চলত দুয়ো ৰাজ্যৰ মাজত সীমা নিৰ্ধাৰণক লৈ কেইবা দশকজুৰি বিবাদ চলি আহিছে।   কিয় হৈছে বিবাদ? ১৯৭২ চনত মেঘালয় ৰাজ্য গঠন হোৱাৰ সময়তেই এইধৰণৰ সীমাৰ অস্পষ্টতা আছিল। অসমে ঐতিহাসিক ভূ-প্ৰশাসনিক মানচিত্ৰৰ ভিত্তিত সীমা […]

Continue Reading

১ এপ্ৰিলত জম্মু-কাশ্মীৰৰ কথুৱাত হোৱা এক সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ ভিডিঅ’ পেহেলগাম কাণ্ডৰ পাছৰ অভিযান বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। দৃশ্যটোত দেখা গৈছে যে এক দুৰ্গম সীমান্তৱৰ্তী অঞ্চলত কেইজনমান মানুহৰ দৌৰা ঢপৰা […]

Continue Reading

২০১৬ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ ফটোৰে শেহতীয়াকৈ পাকিস্তানী সেনাই আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰা বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যুদ্ধৰ সময়ৰ। দাবী কৰা হৈছে যে ফটোখনত পাকিস্তানৰ একাংশ সৈনিকে আফগানিস্তানৰ ওচৰত আত্মসমৰ্পন কৰিছে। পোষ্টটোত লিখিছে- পাকিস্তানী সেনা আৰু আফগান বাহিনীৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে আহিছে এক আমোদজনক খবৰ। পাকিস্তান আৰু আফগান […]

Continue Reading

ভাৰত-ভূটান সীমান্তৰ প্ৰথমটো ইমিগ্ৰেচন চেকপোষ্ট মুকলি তামুলপুৰৰ দৰঙাত। সবিশেষ জানো আহক।

অসমৰ দৰঙাত প্ৰথমটো ইমিগ্ৰেছন চেকপোষ্ট মুকলিঃ ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে ৭ নৱেম্বৰ ২০২৪, বৃহস্পতিবাৰে ভাৰত-ভূটান সীমান্তৰ অসমৰ তামুলপুৰ জিলাৰ লেণ্ড প’ৰ্ট দৰঙাত এটা ইমিগ্ৰেচন চেকপোষ্ট (আই চি পি) উদ্বোধন কৰা হয়। ইয়াৰ পূৰ্বে ভাৰত আৰু ভূটানৰ মাজত যাত্ৰা কৰা অন্য দেশৰ নাগৰিকক কেৱল পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বা জয়গাঁও-ফুয়েনচেলিং স্থল সীমান্তৰে […]

Continue Reading