উৰিষ্যাৰ বালাছ’ৰত মৃত মহিলা এগৰাকীৰ‌ হাড় ভাঙি পেলোৱাৰ দৃশ্য বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে য’ত দেখা গৈছে সাধাৰণ মানুহৰ বাবে এক অসহনীয় দৃশ্য। ফটোখনত দেখা গৈছে কোনো এক চিকিৎসালয়ৰ ষ্ট্ৰেছাৰত এটা মৃতদেহৰ ওচৰত আছে দুজন ব্যক্তি, এজন ব্যক্তিক মৃতদেহটোৰ ওপৰত উঠি ভৰিখন ধৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে পিতা-পুত্ৰৰ‌ হাতত মৃতদেহটো এম্বুলেন্সেৰে ঘৰলৈ নিব পৰাকৈ টকা নাছিল আৰু সেয়ে তেওঁলোকে […]

Continue Reading