২০২৩চনৰ অক্টোবৰ মাহৰ ফটোকে ২০২৫চনৰ জানুৱাৰীৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।  

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে চাৰিখন ফটোৰে এখন ক’লাজ আপলোড কৰি সেইকেইখন অতিকৈ শেহতীয়া এক আক্ৰমণৰ পাছৰ ফটো বুলি দাবী কৰিছে। যোৱা ৪ জানুৱাৰী ২০২৪ত সেই ফটোকেইখনৰ ক’লাজখন আপলোড কৰি ২৪ ঘণ্টাৰ ভিতৰত পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত ইজৰাইলে আক্ৰমণ কৰাত ৭১গৰাকী সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰা হৈছে। পোষ্টটোত লিখিছে- ২৪ ঘন্টাত ৩৪টা আক্ৰমণ ৭১ জন ইছলামিক […]

Continue Reading

২০২৪চনৰ ৩০ মে’ৰ ফটো গাজাৰ ওপৰত ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ কৰা হৈছে।    

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া। পোষ্টটোত উল্লেখ কৰা অনুসৰি দাবী কৰা সেই ঘটনাটো ২০২৪ৰ ডিচেম্বৰ মাহৰ ৩০ আৰু ৩১ তাৰিখ অথবা ২০২৫ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ আৰু সেই ফটোখনো সেই সময়ৰে। কাৰণ পোষ্টটোত শেষৰ বাক্যত দেওবাৰ এটাৰ কথা উল্লেখ কৰা হৈছে। সেই মৰ্মে […]

Continue Reading