২০২৩ৰ ওড়িছাৰ দৃশ্যকে ২০২৫ৰ বিহাৰৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।
২০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া বিহাৰৰ আগন্তুক নিৰ্বাচনৰ পূৰ্বেই বিজেপি কৰ্মীৰ মাজত হোৱা মাৰপিটৰ ঘটনাৰ দৃশ্য। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ বাবে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ […]
Continue Reading