আটলাণ্টিক মহাসাগৰৰ পুৰণি ভিডিঅ’কে শেহতীয়া ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ বুলি ভাইৰেল কৰা হৈছে। সত্যটো জানক।

শেহতীয়াভাৱে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া তথ্য অনুসৰি যোৱা ১৫ জুনতে ঘূৰ্ণীবতাহ ‘বিপৰ্যয়ে’ গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কুচ অঞ্চল আৰু পাকিস্তানৰ কাষৰীয়া ইয়াৰ উপকূলৱৰ্তী অঞ্চলৰ স্থলভাগত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছিল। ঘূৰ্ণীবতাহৰ ফলত ভাৰতৰ অন্যান্য অঞ্চলত যথেষ্ট বৰষুণ হৈছে। এই পৰিস্থিতিৰ মাজতে আমি সাগৰৰ মাজত এখন জাহাজ আৱদ্ধ হৈ দোল খাই থকা এটা ভিডিঅ’ চ’ছিয়েল মিডিয়াত ভাইৰেল […]

Continue Reading

স্পেইনৰ পুৰণি ভিডিঅ’কে গুজৰাটৰ ‘বিপৰ্যয়’ ঘূৰ্ণীবতাহৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে।

যোৱা ১১ জুন ২০২৩ত অতিশয় শক্তিশালী ঘূৰ্ণীবতাহ ‘বিপৰ্যয়’ হৈছে বিগত প্ৰায় ৬০টা বছৰৰ ভিতৰত পশ্চিম উপকূলত প্ৰভাৱ পেলোৱা তৃতীয়টো ঘূৰ্ণীবতাহ। আই.এম.ডি. (IMD)ৰ মুৰব্বী সুনীল কাম্বলেই ১৫ জুনত জানিবলৈ দিয়া মতে বিপৰ্যয় বৰ্তমান মুম্বাইৰ পৰা আঁতৰত আছে। এই ঘূৰ্ণীবতাহ আৰু ধুমুহাই ১৫ জুনত মাণ্ডৱী আৰু কৰাচীৰ মাজৰ স্থলপথত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। তদুপৰি ২৪ ঘন্টাৰ ভিতৰত […]

Continue Reading