ৰাহুল গান্ধীৰ এই ভিডিঅ’টো বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।
শেহতীয়াকৈ চ’চিয়েল মেডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে ৰাহুল গান্ধীয়ে এটা কুকুৰক বিস্কুট খুৱাবলৈ চেষ্টা কৰি আছে আৰু তাৰপিছত সেই বিস্কুট তাত থকা ব্যক্তি এজনক দিছে। দাবী কৰা হৈছে যে কুকুৰে শুঙি চাই খাবলৈ ইচ্ছা নকৰা বিস্কুট ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মী এজনক দিছে। একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। […]
Continue Reading