তৰোৱালচালনা কৰি থকা এই ব্যক্তিগৰাকী ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা নহয়।
শেহতীয়াকৈ মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱে তৰোৱাল যুঁজ কৰা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত এইকেইদিন চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আন এটা তৰোৱালচালনাৰ ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টোত তৰোৱালচালনা কৰা ব্যক্তিজন হৈছে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা। এই ভিডিঅ’টো আমাৰ হোৱাটচএপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল য’ত কেপশ্বন লিখা আছিল এইদৰে – […]
Continue Reading