স্মৃতি ইৰাণীৰ এই ভাইৰেল ফটোখন সম্পাদিত।
কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী স্মৃতি ইৰাণীৰ এখন ফটো চ’ছিয়েল মিডিয়াত বহুলভাৱে শ্বেয়াৰ হোৱা দেখা গৈছে। ফটোখনত মন্ত্ৰীগৰাকীক বেলী নৃত্যশিল্পীৰ পোছাক পৰিধান কৰা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচএপ নম্বৰ ৯০৪৯০৫৩৭৭০ লৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ সত্যাসত্য জানিব বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]
Continue Reading