২০২১ চনৰে ফটো বৰ্তমানৰ বুলি ব্যৱহাৰ কৰি চৰকাৰে ৰাজপথত গজাল পোতা বুলি দাবী কৰি ফেচবুকত পোষ্ট দিয়া হৈছে।    

শেহতীয়াভাৱে অসমৰ ছোচিয়েল মিডিয়াত ৰাজধানী দিল্লীলৈ বুলি অগ্ৰসৰ হোৱা কৃষকৰ আন্দোলনক কেন্দ্ৰ কৰি কিছুমান আলোকচিত্ৰ বিয়পি পৰিছে। বিশেষকৈ সীমান্তৱৰ্তী ঠাইত কৃষকক প্ৰতিহত কৰিবলৈ মোদী চৰকাৰে ৰাজপথত বৰ বৰ গজাল পুতি দিছে বুলি দাবী কৰি সেই ফটোবোৰ ব্যৱহাৰ কৰিছে আৰু ফেচবুক আদিত পোষ্ট কৰা দেখা গৈছে। তেনেকুৱা এটা পোষ্টত ব্যৱহাৰকাৰীয়ে তিনিখন ফটো আপলোড কৰা দেখা গৈছে। […]

Continue Reading