বাংলাদেশৰ তিনিখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ সাম্প্ৰদায়িক দাবীৰে ভাইৰেল।
এদল লোকে হাতে হাতে লাঠী লৈ ইজনে আনজনক প্ৰহাৰ কৰা এক দৃশ্য শেহতীয়াকৈ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এই ভিডিঅ’টো বাংলাদেশৰ বুলি দাবী কৰা হৈছে। ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে বাংলাদেশৰ হিন্দুসকলক এনেদৰে অত্যাচাৰ কৰা হৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “লাইভ বাংলাদেশ ফাইল.. 😭😭😭 পেলেষ্টাইন’ৰ যিকোনো কথাটেই মুখৰ হোৱা ইক’ছিষ্টেম , ছেকুলাৰ […]
Continue Reading