বাঁহ ভিত্তিক ইথানলঃ সম্ভাৱনা, সুবিধা ইত্যাদি।
প্ৰস্তাৱনাঃ শেহতীয়াকৈ অসমৰ গোলাঘাট জিলাৰ নুমলীগড় শোধানাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় বাঁহ ভিত্তিক ইথানল প্ৰকল্পটো উদ্বোধন কৰাৰ লগে লগে সমগ্ৰ দেশতে এই বিষয়টোক লৈ আগ্ৰহ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইন্ধনৰ ক্ষেত্ৰত দেশখন আত্মনিৰ্ভৰ হোৱাৰ অভিলাসেৰে এই প্ৰকল্প আৰম্ভ কৰা বুলি উল্লেখ কৰিছে। ইথানলক লৈ সাধাৰণতে দেশৰ জনতা তথা আমাৰ ৰাজ্যৰ ৰাইজৰ মাজতো সজাগতা বহুল নহয়। আমাৰ এই […]
Continue Reading