পাকিস্তানে অভিনেতা ছলমান খানক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
কিছুদিন পূৰ্বে ছৌদি আৰৱৰ ৰিয়াধত অনুষ্ঠিত “জয় ফ’ৰাম ২০২৫” অনুষ্ঠানত শ্বাহৰুখ খান আৰু আমিৰ খানকে ধৰি বলীউডৰ আন ছুপাৰষ্টাৰৰ সৈতে অংশগ্ৰহণ কৰি অভিনেতা ছলমান খানে নিজৰ ভাষণত বেলুচিস্তান আৰু পাকিস্তানৰ কথা পৃথকে পৃথকে উল্লেখ কৰাত বিতৰ্কৰ সৃষ্টি হৈছিল। তেওঁ কৈছিল, “এতিয়াই যদি আপুনি হিন্দী ছবি এখন নিৰ্মাণ কৰি ইয়াত (ছৌদি আৰৱত) মুক্তি দিয়ে তেন্তে ই […]
Continue Reading
