এই মেচেজটো ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা পঠিওৱা হৈছেনে?
শেহতীয়াকৈ এটা বিশেষ মেচেজ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। হোৱাটচএপত এই মেচেজটো বহুলভাৱে ফ’ৰৱাৰ্ড কৰা হৈছে। মেচেজটো এনেধৰণৰ – “উচ্চ সতৰ্কবাণী: সাৱধান, ঘৰ লুট কৰাৰ শেহতীয়া এটা উপায় অৱলম্বন কৰিছে অপৰাধী চক্ৰই। এনে এটা গোটে গৃহ পৰিক্ৰমা বিষয়াৰ অভিনয় কৰি দুৱাৰে দুৱাৰে গৈ আছে। তেওঁলোকৰ হাতত নথি-পত্ৰ আৰু গৃহ মন্ত্ৰণালয়ৰ বিভাগৰ লেটাৰহেড আছে আৰু […]
Continue Reading