২০২০চনৰ থাইলেণ্ডৰ ৰাজপথৰ বান্দৰৰ কাজিয়াৰ দৃশ্য অযোধ্যাৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।   

২২ জানুৱাৰীত অযোধ্যাত হ’বলগীয়া ৰাম লাল্লাৰ প্ৰাণ প্ৰতিস্থাৰ প্ৰেক্ষাপটত সামাজিক মাধ্যমত ভুৱা খবৰ, মিছা ফটো আৰু ভিডিঅ’ৰ জোৱাৰ উঠিছে। তাৰে এটা ভিডিঅ’ এই বুলি ভাইৰেল কৰা হৈছে যে সেয়া অযোধ্যালৈ অহা বান্দৰৰ জাক। ফেচবুকত এজন ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে- অযোধ্যাৰ প্ৰভু শ্ৰীৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ আগে আগে অযোধ্যালৈ বজৰংবলীৰ বানৰ সেনাৰ সমাগমৰ এক […]

Continue Reading

এই ভিডিঅ’টো ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত হোৱা ড্ৰ’ণ শ্ব’ৰ হয়নে?

অহা ২২ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ইয়াৰ মাজতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে কৰা ড্ৰ’ন অনুশীলনৰ ভিডিঅ’ বুলি দাবী কৰি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে ড্ৰ’ন শ্ব’।  ফেচবুকতো এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে এই কেপশ্বনেৰে,”প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অযোধ্যাত ড্রোন শ্ব’ৰ […]

Continue Reading

অহা ২২ জানুৱাৰীৰ পৰা ভাৰতত নতুন ৫০০ টকীয়া নোটৰ প্ৰচলন হ’ব নেকি?

অহা ২২ জানুৱাৰীৰপৰা ভাৰতত নতুন ৫০০ টকীয়া নোটৰ প্ৰচলন হ’ব বুলি শেহতীয়াকৈ চ’চিয়েল মেডিয়াত বহু পোষ্ট ভাইৰেল হৈছে। ভাইৰেল পোষ্টত আছে ৫০০ টকীয়া নোটৰ ফটো। সেই ৫০০ টকীয়া নোটৰ সমুখৰফালে আছে শ্ৰীৰামচন্দ্ৰৰ ফটো আৰু পিছফালে আছে ৰাম মন্দিৰৰ ফটো। এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াতো চাব পাৰিব। Archived […]

Continue Reading

৫০০ টকীয়া নোটত সঁচাকৈয়ে লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব নেকি?

ৰাম মন্দিৰ উদ্বোধনৰ দিন ওচৰ চাপি অহাৰ লগে লগে চ’চিয়েল মেডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ৫০০ টকীয়া নোটত লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব বুলি এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে।  এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading

এই ভিডিঅ’টোত উপহাৰ লৈ নেপালৰ পৰা অযোধ্যালৈ অহা লোকক দেখুওৱা হৈছে নেকি?

অহা ২২ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ৰাম মন্দিৰ উদ্বোধনৰ আগৰ দিনকেইটাত তেওঁৰ কইনা সীতাৰ জন্মস্থান নেপালৰ জনকপুৰৰপৰা ৫০০ লোকে শোভাযাত্ৰা কৰি বিভিন্ন উপহাৰ লৈ অযোধ্যাত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে . এই পটভূমিত নেপালৰ পৰা অযোধ্যালৈ ভক্তৰ শোভাযাত্ৰা বুলি দাবী […]

Continue Reading

সঁচাকৈয়ে শেহতীয়াকৈ অযোধ্যাত জটায়ু পক্ষী দেখা গৈছে নেকি?

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ অহা ২২ জানুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে যদিও এসপ্তাহৰ আগৰেপৰা বিভিন্ন অনুষ্ঠান আৰম্ভ হ’ব। চ’চিয়েল মেডিয়াত এই অনুষ্ঠানৰ সৈতে জড়িত বহু পোষ্ট ভৰি পৰিছে। তেনে এটা পোষ্টত ৰাস্তাৰ দাঁতিত শগুনৰ জাক দেখা গৈছে। জটায়ু বা শগুনক, ৰামায়ণ যুগৰ দেৱতা বুলি ধৰা হয়। এই চৰাইৰ জাকৰ ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰি […]

Continue Reading

এই ঘণ্টা আৰু টিলিঙাবোৰ BHELএ নিৰ্মাণ কৰা নাই।

অহা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। এই সন্দৰ্ভত ইণ্টাৰনেটত বহুতো ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে এখন ট্ৰাকত বহুতো ঘণ্টা আৰু টিলিঙা লৈ যোৱাৰ এক ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। দাবী কৰা হৈছে যে BHELএ অযোধ্যাৰ ৰাম মন্দিৰৰ বাবে ঘণ্টা আৰু টিলিঙা নিৰ্মাণ কৰিছে। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ছবি অযোধ্যা ষ্টেচনৰ প্ৰকৃত ছবি বুলি ভাইৰেল হৈছে।

অযোধ্যাত নিৰ্মীয়মান ৰাম মন্দিৰ উদ্বোধনৰ দিন ওচৰ চাপিছে। ২০২৪ চনৰ ২২ জানুৱাৰীত ৰামচন্দ্ৰৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব। এনে সময়তে কিছুমান বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে এয়া অযোধ্যাৰ ৰেলৱে ষ্টেচনৰ দৃশ্য। ফেচবুকতো ব্যৱহাৰকাৰীয়ে এই ফটোসমূহ বহুলভাৱে শ্বেয়াৰ কৰা দেখা গৈছে। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত, ইয়াত […]

Continue Reading

এই দৃশ্য অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ হয়নে?

এটা অট্টালিকাৰ ভিতৰৰ অংশ, পৰম্পৰাগতভাৱে সজাই তোলা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত সোণালী সজ্জা আৰু দেৱালত চিত্ৰ অংকন কৰা এটা বৃহৎ হল দেখুওৱা হৈছে। দাবী কৰা হৈছে যে এয়া অযোধ্যাৰ ৰাম মন্দিৰৰ ভিতৰৰ দৃশ্য। একে দাবীৰে এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান […]

Continue Reading

ৰানু মণ্ডলে অযোধ্যাত গীৰ্জা বনাবলৈ মাটি বিচাৰিছে নেকি?

ছুপ্ৰীম কোৰ্টে অযোধ্যাত ৰাম মন্দিৰ হ’ব বুলি ঘোষণা কৰাৰ পাছতেই, এক বিশেষ পোষ্ট ছচিয়েল মিডিয়াৰ দ্বাৰা সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই পোষ্টটোৰ মতে ৰানু মণ্ডল নামৰ এগৰাকী গায়িকায়ে এতিয়া অযোধ্যাত গীৰ্জাৰ কাৰণেও মাটি বিচাৰিছে । মন কৰিবলগীয়া কথাটো হ’ল যে ছুপ্ৰীম কোৰ্টৰ ৰায়ত মুছলিম সকলৰ বাবে […]

Continue Reading