স্নানৰত অৱস্থাত চুম্বনৰত দম্পতীৰ ভিডিঅ’টো মহাকুম্ভ মেলাৰ সময়ৰ নহয়। সেইটো অযোধ্যাৰ এটা পুৰণি ভিডিঅ’হে।
শেহতীয়াভাবে অসমৰ একাংশ হোৱাছএপ ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰি থকা দেখা গৈছে। ব্য়ক্তিগত নম্বৰ তথা হোৱাটছএপ গ্ৰুপতো সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে শেহতীয়াকৈ সম্পন্ন হৈ যোৱা প্ৰয়াগৰাজৰ মহাকুম্ভত এক দম্পতীয়ে স্নানৰ সময়তেই চুম্বনত লিপ্ত হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে পানীৰ মাজত সেই দম্পতীয়ে আলিংগনাবদ্ধ হৈ আছিল আৰু অন্য লোকে তেওঁলোকক পানীৰ […]
Continue Reading