আৱামী লীগৰ নেতা মিৰ্জা আলমৰ ঘৰত জুই জ্বলোৱা ফটো মহম্মদ আলীৰ ঘৰৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ। 

শেহতীয়াভাবে যোৱা ৭ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি সেইখন বাংলাদেশৰ আৱামী লীগৰ নেতা মহম্মদ আলীৰ ঘৰত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰা বুলি দাবী কৰিছে। পোষ্টটোত লিখিছেঃ-বাংলাদেশত এফালৰ জ্বলিছে আৱামী লীগৰ নেতা সদস্যৰ ঘৰ। মহম্মদ আলী নামৰ এজন নেতাৰ গৃহ আজি জ্বলাই প্ৰতিবাদকাৰীৰ সমদল। Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি […]

Continue Reading

International Criminal Court আৰু মহম্মদ ইউনুছৰ বিৰুদ্ধে হিন্দু গণহত্যাৰ অভিযোগ। এক আলোচনা

দেখা গৈছে যে শেহতীয়াভাবে অসমৰ ফেচবুক বাংলাদেশৰ অন্তঃৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত (ইণ্টাৰনেছনেল ক্ৰিমিনেল কোৰ্ট)ত গণহত্যাৰ অপৰাধত অভিযোগ দিয়া প্ৰসংগটো আলোচিত হৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে পোষ্ট কৰিছে যে- #বাংলাদেশৰ_শাসক মহম্মদ ইউনুচৰ বিৰুদ্ধে #হিন্দু_গণহত্যাৰ_অভিযোগত International Criminal Court/ #ICC ত #গোচৰ_ৰুজু_হৈছে। কিন্ত দুৰ্ভাগ্যজনক কথা হৈছে ICC এ এজন #মুছলমান_অধিবক্তা কৰিম খানক পঠিয়াইছে মহম্মদ ইউনুচক […]

Continue Reading